September 27, 2026 11:43 AM
6
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সর্বসম্মতি ক্রমে লোৱা হৈছিল বুলি নির্বাচন আয়োগৰ প্ৰকাশ
নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সর্বসম্মতি ক্রমে লোৱা হৈছিল বুলি পুনৰ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত নির্বাচন আয়োগৰ মিডিয়া সঞ্চালক প্রধান আশীষ গোৱেলে কয়, যে কালি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় ড° সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে। তেওঁ কয়, যে আয়োগৰ সৰ্বসম্মত অনুমোদন মর্মে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চললৈ যোৱা বছৰৰ ২৪ জুনত ভোটা...