December 7, 2024 8:33 PM
66
উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা ৰাষ্ট্ৰপতি মুৰ্মুৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, ৫২ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত চিকিৎসালয় আৰু আন আন বিভিন্ন উন্নয়নমূলক প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। এই নতুন ৰে'লৱে লাইনকেইটাই বাংৰিপোচিৰ পৰা গৰুমাহিচানীক, বাদাম পাহাৰৰ পৰা কেন্দুঝাৰগড়ক আৰু বুদামাৰাৰ পৰা ছাকুলিয়াক সংযোজিত কৰিব। এই ৰে'লপথ...