July 28, 2026 12:50 PM
4
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বানত ক্ষতিগ্রস্ত শিক্ষার্থীসকলে অনলাইন যোগে নামভৰ্তি কৰিব পাৰিব বুলি উপাচার্য অধ্যাপক ড০ জিতেন হাজৰিকাৰ প্রকাশ
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্যক কালি এখন স্মাৰক পত্র প্রদান কৰে। উপাচার্য অধ্যাপক ড০ জিতেন হাজৰিকাই স্মাৰকপত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্রস্ত শিক্ষার্থীসকলে অনলাইন যোগেও নামভৰ্তি কৰিব পাৰিব বুলি প্রকাশ কৰে। অথবা অনলাইন যোগেও নামভৰ্তি কৰিবলৈ অপাৰগ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ অ...