September 10, 2025 11:28 AM
73
বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীৱ্ৰ প্ৰচাৰ অভিযান
বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কালি বি পি এফ দলে ব্যাপক প্ৰচাৰ চলায়। দলৰ প্ৰাৰ্থী চৌগমচাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। দলৰ নেতাসকলে এইবাৰ বি টি আৰত বি পি এফ দলে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্রকাশ কৰে। ইপিনে, জিলাখনৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ভালাগুৰিত কালি ইউ পি পি এল দলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। মহিলা ...