July 30, 2026 7:52 PM

views 24

বি টি চিৰ বিধান পৰিষদত আজি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত অনুমোদন

বি টি চিৰ বিধান পৰিষদত আজি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত ১৬২ দশমিক ৮-৬ কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বি টি চিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ ৯১ কোটি ৩১ লাখ টকা আৰু মুঠ ব্যয় ১৬২ কোটি ৮৬ লাখ টকাৰ প্ৰস্তাৱেৰে আনুমানিক ৭১ কোটি ৮৪ লাখ টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিবেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্রীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ...

September 29, 2025 10:45 AM

views 78

৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ শপতগ্রহণ

বিটিচি নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্রহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো ...

September 28, 2025 8:32 PM

views 78

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে বিপিএফ দলৰ দাবী উত্থাপন

বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো দলে...

September 28, 2025 12:31 PM

views 86

বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ

বি টি চি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। সাংবিধানিক নিয়ম অনুসৰি মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে বি পি এফৰ নেতৃত্বত বি টি চি চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক দাবী জনায়। একেদৰে ইউ পি পি এল দলৰ মুৰববী প্রমোদ বড়োৱে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে, বড়োলেণ্ডৰ ৫ খন জিলাৰ ৪০টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত বি পি এফ দলে ২৮ খন আসন দখলেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছে।...

September 26, 2025 1:29 PM

views 66

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। তামুলপুৰ জিলাৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ গৃহ সমষ্টি ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত ইউ পি পি এলে ৪ হাজাৰ ৫১২টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে ৩ হ...

September 26, 2025 12:47 PM

views 94

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাত ২১খন আসনত বি পি এফৰ অগ্রগতি লাভ

■ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। তামুলপুৰ জিলাৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ গৃহ সমষ্টি ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত ইউ পি পি এলে ৪ হাজাৰ ৫১২টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে ৩...

September 25, 2025 7:46 PM

views 98

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

● বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ'বলগীয়া এই ভোটগণনা প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্রশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২....

September 25, 2025 11:37 AM

views 72

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্ৰশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰিছিল৷ ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টি...

September 23, 2025 11:15 AM

views 101

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি কালি পুৱা পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৪ বজালৈ অনুষ্ঠিত ভোটগ্ৰহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰে। আমাৰ সংবাদ দাতাসকলে জনোৱা অনুসৰি বাক্সা জিলাত ৭৬ দশমিক ৯-২ শতাংশ ভোটদান হয়। কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২ দশমিক ৩–১ শতাংশ ভোটগ্রহণ হয়। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে ভোটগ্রহণ ই ভি এমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে কৰা হয়। এইবাৰ নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৬...

September 21, 2025 9:16 PM

views 73

বিটিচি নিৰ্বাচনত কৰ্তব্যৰত কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু

বিটিচি নিৰ্বাচনত কৰ্তব্য পালন কৰি থকা অৱস্থাতে আজি কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু হয়। মৃত জোৱানজন অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ হাবিলদাৰ ৫৫ বছৰীয়া গোপিকা চক্ৰৱৰ্তী বুলি আমাৰ সংবাদদাতাই জনাইছে। বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ কাজলগাওঁলৈ আহি কালি নিশা তেওঁ অসুস্থ হৈ পৰিছিল। আজি দুপৰীয়া কৰ্তব্যৰ বাবে ওলাই অহাৰ সময়তে তেওঁ পুনৰ অসুস্থ হৈ পৰাত কাজলগাওঁৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে জোৱানজনৰ মৃত্যু হয়।