September 14, 2026 9:31 PM

views 12

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত কৰিছে। এই শীর্ষ সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণা পত্রই ভিন্ন মতাদৰ্শ থকা দেশসমূহৰ মাজতো সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ সফলতাক প্ৰতিফলিত কৰিছে বুলি বিশ্লেষকগৰাকীয়ে মন্তব্য কৰিছে। আটলাণ্টিক পৰিষদৰ দক্ষিণ এছিয়া বিভাগৰ জ্যেষ্ঠ গৱেষক মাইকেল কুগেলমেনে কৈছে যে এই ঘোষণাপত্ৰই ভাৰতৰ সমন্বয় শক্তিৰ বৃদ্ধিৰ লগতে ব্ৰিকচ ৰাষ্ট্ৰগোটৰ প্ৰতি ক্ৰমবৰ্ধমান আকর্ষণকে প্রতিফলিত কৰে। উল্লেখযোগ্য য এই ঘোষণাপত্ৰখনে ...

September 12, 2026 4:32 PM

views 13

নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰীকচ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইকে ধৰি ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিছৰ সদস্যৰাষ্ট্ৰসমূহৰ নেতাসকলে সু-শাসন, বাণিজ্য আৰু বিনিয়োগ, প্রযুক্...

September 4, 2026 4:37 PM

views 14

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্রহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ আজিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্রিকা, ইৰান আৰু উজবেকিস্তানৰ ন্যায়...

July 9, 2026 9:19 PM

views 21

কোচিত ব্রীকছু মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি

কোচিত আজি ব্রীকছু মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেবীয়ে সামৰণি অনুষ্ঠানত ভাষণ দি কয়, যে ব্ৰীকছৰ সদস্যসকলে মহিলাৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও উমৈহতীয়া বিষয় শ্বেয়াৰ কৰে। তেওঁ কয়, যে ই সদস্য দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰীকছৰ গুৰুত উজ্জ্বল কৰি তুলিছে। উল্লেখযোগ্য যে, ছয় জুলাইৰ পৰা অনুষ্ঠিত এই বৈঠকত ব্রীকছ ডিজিটেল ৰিপাজিটৰি আৰু ব্ৰীকছ ডিজিটেল কেপাচিটি বিল্ডিঙৰ নীতিৰ প্ৰস্তাৱক আদৰণি জনোৱা হয়।

July 8, 2026 1:55 PM

views 31

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্রমর্মে মাদক দ্রব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্রহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে দেশত ব্ৰীকচ্ ভার্চুৱেল কর্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু...

July 7, 2026 6:26 PM

views 23

কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ ...

July 6, 2026 6:45 PM

views 19

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্বত থকা মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে এই বৈঠক...

July 7, 2025 8:29 PM

views 60

ব্ৰীকচ্ শীৰ্ষ সন্মিলনত আজি বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন

ব্রাজিলৰ ৰিঅ' ডি জেনেঅিত চলি থকা ব্ৰীকচ্ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা পৰিবেশ, COP-30 আৰু বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন কৰা হৈছে। এই সত্ৰত উপস্থিত থাকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিবেশ সম্বন্ধীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত ভাৰতৰ গভীৰ দায়বদ্ধতাক দোহাৰিব। তেওঁ লগতে মানুহৰ হকে আৰু প্ৰকৃতিৰ হকে আমাৰ দেশে গ্ৰহণ কৰা উন্নয়ন আৰু বিকাশশীল পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰিব। শ্রীমোদীয়ে আন্তৰাষ্ট্ৰীয় সৌৰ সহযোগিতা, জৈৱ ইন্ধন সহযোগিতা, দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাথনিৰ ক্ষেত্ৰ...