July 2, 2026 11:45 AM

views 14

চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ

 চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধানাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য বিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত চিদলী-চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপ সভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধানাগাৰৰ বিষয়া-ক...

December 17, 2024 8:27 PM

views 52

বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে। এই বনাঞ্চলখনত বিগত বছৰত ৯ টা আৰু চলিত বছৰত ৭ টা সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হোৱা বিষয়টো লৈ মন্ত্ৰী শ্ৰীদাসে দুখ প্ৰকাশ কৰে৷ প্ৰায় ৪০০ সোণালী বান্দৰ থকা বঙাইগাওঁ জিলাৰ কদমতলা আৰু ৰাভাপাৰা অঞ্চলৰ ৰাইজে এই বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে কিছু নতুনত্ব অনাৰ বিষয়ে ভবাৰ থল আছে বুলি কয়। তেওঁ লগতে কয়, যে ...

September 7, 2024 7:52 PM

views 45

বঙাইগাঁও জিলা আয়ুক্তৰ সভাপতিত্বত বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভা অনুষ্ঠিত

বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভাখন আজি জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়াভাৱে কৰিবলগীয়া জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদিৰ কামসমূহ উভয় বিভাগক সমন্বয়ৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা পশুপালন বিষয়াক জিলাখনৰ মূলাগাঁও আৰু আটুগাঁৱত প্ৰথম পৰ্যায়ৰ ইগ ভিলেজ হিচাপে গঢ়ি তোলাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ কয়। তদুপৰি জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো বিভাগকে দক্ষতাৰে কাম কৰ...

July 26, 2024 6:40 PM

views 53

বঙাইগাওঁত জিলা আয়ুক্ত সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ মনোনিৱেশ কৰিছে, গতিকে সকলো বিভাগৰ বিষয়াই জনসাধাৰণক যথাসম্ভৱ সেৱা আগবঢ়াব লাগে। কৃষি, শিক্ষা, পৰিবহন, স্বাস্থ্য সকলো ক্ষেত্ৰতে জনসাধাৰণৰ কল্যাণৰ বাবে বিভাগীয় বিষয়াসকল দায়বদ্ধ হব লাগে বুলি শ্ৰ...