January 10, 2026 12:44 PM

views 40

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালিৰে পৰা অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম দিনা বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰে। দিনৰ ভা...

January 9, 2026 8:00 PM

views 52

আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰ্গয়াৰীয়ে ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হয়। দিনৰ চাৰে ১১ বজাত ‘সপোনৰ পৰা গন্তব্য স্থানলৈ, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল' শীর্ষক আলোচনাচক্র অনুষ্ঠিত হয়। বিয...

January 8, 2026 7:44 PM

views 44

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা ৯ বজাত ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ বিটিচিৰ কার্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰা হ'ব। ইয়াৰ পাছতে প্রতিনিধি শিবিৰ আৰু স্বেচ্ছাসেবক শিবিৰসমূহ মুকলি কৰা হ'ব। দিনৰ চাৰে ১১ বজাত 'সপোনৰ পৰা গন্তব্য স্থানলৈ, প্রতিযোগিতামূলক ...

December 26, 2025 6:15 PM

views 44

৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাওঁ গাঁৱৰ বীৰাঙ্গনা ঠেংফাখ্ৰী পথাৰত সমাগত ২০২৬ চনৰ ৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশনখনি অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ'বলগীয়া অধিবেশনস্থলীত আজি বড়ো বীৰাঙ্গনা ঠেংফাখ্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে বড়ো বীৰাঙ্গনাগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানটোত ৬৫ সংখ্যক বড়ো সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰী, মুখ্য আহ্বায়ক শুক...

November 16, 2025 6:46 PM

views 54

বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্রতিষ্ঠা দিবস পালন

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযোগে কয়, যে ৰাজ্যৰ সাহিত্য-সংস্কৃতিৰ বৰ্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অৱদান আছে। তেওঁ কয়, যে জন্মলগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য ...

November 16, 2025 12:03 PM

views 60

বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্রণী ভূমিকা গ্রহণ কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযোগে কয়, যে ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ বর্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অবদান আছে। তেওঁ কয়, যে জন্মলগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য ...

March 2, 2025 9:35 PM

views 69

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে পৰিচালনা সমিতিসমূহ গঠন

চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিবেশনৰ বাবে ২৪খন উপ-সমিতিৰ লগতে ৯১জন সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত চিৰাং জিলাৰ ৰনচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিবেশনৰ বিশিষ্ট অতিথি হিচাপে নবেল বঁটা প্ৰাপকৰ লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তিক আমন্ত্রণ জনোৱা হ'ব বুলি সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে সকলো...

January 12, 2025 7:58 PM

views 49

বড়োসকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছেঃ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। এই উপলক্ষে আয়োজিত মুকলি সভাত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে। এটা জাতি জীয়াই থাকিবলৈ ভাষা আৰু সাহিত্য অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়, যে বড়ো সকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছে। বড়ো সাহিত্য সভাই অসমৰ বৃহত্তম জনগোষ্ঠীটোৰ ভাষা- সাহিত্য, কলা-কৃষ্টি আৰু সংস্কৃতিক বিশ্ব দৰবাৰলৈ আ...

January 12, 2025 12:02 PM

views 50

বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ বড়ো ভাষাত বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনাৰ কথা উল্লেখ

বড়ো সাহিত্য সভাৰ বড়ো ভাষাত এখন বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনা কৰিছে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ কালি তৃতীয় দিনা পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে এই কথা প্রকাশ কৰে। বড়ো ভাষাৰ উত্তৰণৰ বাবে তথা নৱ প্ৰজন্মই ভাষাটো শুদ্ধৰূপত চৰ্চা কৰিব পৰাকৈ চাৰিটা ভাষাৰ পূৰ্ণাংগ অভিধান এখন ইতিমধ্যে প্রণয়ন কৰি প্ৰকাশ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অধিৱেশনৰ অংশ হিচাপে বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি কালি আয়োজন কৰ...

January 11, 2025 8:38 PM

views 37

আজিৰে পৰা ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলী লোকে লোকাৰণ্য হৈ পৰে। আজি পুৱা পতাকা উত্তোলন কৰে সভাপতি ড° সুৰ্থ নাৰ্জাৰীয়ে। ছহিদ সকলক পুষ্পাঞ্জলী অর্পন, বড়ো সাহিত্য সভাৰ স্বৰ্গীয় কাণ্ডাৰী সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলী অর্পন, সম্বৰ্ধনা আৰু বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আমন্ত্রিত অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃনালিনী দেবী,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপে...