December 18, 2025 1:18 PM

views 60

ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন আৰম্ভ

■ নতুন দিল্লীৰ ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন কালি আৰম্ভ হয়। অনুষ্ঠানত ভাষণ দি আয়ুষ মন্ত্রী প্রতাপৰাও যাধৱে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ভাৰতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সন্দৰ্ভত আলোকপাত কৰি গৱেষণা, গুণগত মান, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ২০১৬ চনত আৰম্ভ হোৱা এই সহযোগিতাই বিশ্ব পৰ্যায়ত পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক মূল মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। শ্রীযাধৱে বৃত্তি, বিশ্ব...

November 4, 2025 2:54 PM

views 98

ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি

■ প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশ ক্ৰমাৎ ঊর্ধগামী হোৱা ভাৰতত সম্প্ৰতি বিশ্বৰ ভিতৰতে সবাতোকৈ সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি কৰি দিয়া ভাষণত তেওঁ লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশত উদ্ভাৱনৰ ক্ষেত্ৰত অত্যাধুনিক ব্যৱস্থা বিকশাই তোলাৰ বাবে গৱেষণা ক্ষেত্ৰৰ সুচলতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰত সম্প্ৰতি কেৱল প্ৰযুক্তিৰ গ্রাহক হৈ থকা নাই বৰং, প্রযুক্তি...

October 27, 2025 6:39 PM

views 101

ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ হ'ব। চাৰিদিনীয়াকৈ আয়োজন কৰা এই সত্ৰত ১২৪ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব। এই সত্ৰই গোলকীয় সমুদায়সমূহে একেলগে এটা উজ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে সৌৰশক্তি ব্যৱহাৰৰ প্ৰয়াস তথা সহযোগিতা সন্দৰ্ভত আলোচনাৰ সুযোগ প্ৰদান কৰিব। সদস্য ৰাষ্ট্ৰসমূহে সকলোৰে বাবে সুলভ সৌৰশক্তি দৃষ্টিভংগীৰ ক্ষেত্ৰত অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ত আলোচনা কৰিব। উল্লেখযোগ্য যে ভাৰতে নিৰ্ধাৰিত সময়ত ৫ বছৰ পূৰ্বেই অ-জ...