August 8, 2026 8:26 PM
8
বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা ১৭ আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা ১৭ আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে বিভিন্ন দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰক্ষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্রকাশ কৰি জিলা আয়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে কয়, যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত সমন্ব...