অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত আজি বজালী জিলাৰ পাটাছাৰকুছিত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্তই এই কেন্দ্ৰ মুকলি কৰে। তেওঁ কয় যে এই কেন্দ্ৰৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ’ব। অনুষ্ঠানত কৃষি বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াকে ধৰি স্থানীয় কৃষক উপস্থিত থাকে।
Assamese | December 20, 2025 6:42 PM | Bajali
বজালী জিলাৰ পাটাছাৰকুছিত এটা ধান ক্রয় কেন্দ্ৰ মুকলি