July 11, 2026 6:19 PM

views 14

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট আৰু মুককচুং জিলাৰ মাজত সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি যোৰহাট আৰু মুককচুং জিলাৰ মাজত এখন সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত হয়। মুককচুঙৰ জিলা আয়ুক্তই যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীক আদৰণি জনায়। বৈঠকত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ মাজত শান্তি সম্প্রীতি বজাই ৰখা, বিবাদ নিষ্পত্তি তথা পাৰস্পৰিক মিলাপ্ৰীতি অক্ষুন্ন ৰখা আদি বিষয়ত আলোচনা কৰা হয়। এই ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি অহা স্বেচ্ছাসেৱী নাগৰিক সংগঠন, সীমান্ত শান্তি সমন্বয় সমিতিৰ সদস্যসকল এই বৈঠক...

June 12, 2026 11:26 AM

views 36

কেন্দ্ৰীয় চৰকাৰ আৰু অসম আৰু নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

অসম-নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ' আৰু কেন্দ্ৰীয় কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত কয়, যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগ...

June 11, 2026 12:55 PM

views 24

সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে অসম আৰু নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

অসম-নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰ্যালয়ত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম-নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ অন্বেষণ আ...

October 1, 2025 9:01 PM

views 58

নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক বিশেষকৈ নদীপৰীয়া গাঁৱৰ লোকক নদীত গা ধোৱা, মাছ ধৰা আৰু নদীৰ পাৰত খেলাধূলা আদি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ কাইলৈ বিজয়া দশমীৰ কাৰ্যসূচীৰ সময়ত এই ক্ষেত্ৰত সকলোকে বিশেষ ...

May 16, 2025 8:55 PM

views 58

অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ বিশেষ কার্যসূচী

নাগালেণ্ডৰ লংলেং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ য়ংলক ৰাজহুৱা খেলপথাৰত আজি অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় অধিক মজবুত কৰাৰ উদ্দেশ্যে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত নাগালেণ্ডৰ তামলু বিধানসভা সমষ্টিৰ বিধায়ক, লংলেং বিধানসভা সমষ্টিৰ বিধায়ক, অসমৰ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শ‍ইকীয়াৰ লগতে লংলেং আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বহুকেইজন বিষয়া আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ ব...