November 20, 2024 12:38 PM

views 73

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক জি এছ টি আইন সংশোধনী, কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে মন্ত্ৰীসভাই ৰাজহ বৃদ্ধি, কদাতাসকলক সুবিধা প্ৰদান আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সুচলতাৰ বাবে অসম সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টি সংশোধনী অধ্যাদেশ, ২০২৪-ত অনুমোদন জনাইছে। এই অধ্যাদেশে জি এছ টি আইন, ২০১৭-ত অন্তৰ্ভুক্ত প...

October 27, 2024 8:01 PM

views 49

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান কৰা হ'ব। ৰাজ্য চৰকাৰে এই বৃদ্ধিৰ বাবে বছৰি অতিৰিক্ত ৮ কোটি ৫০ লাখ টকা ব্যয় কৰিব ৷ বাইট কেবিনেটে কমনৱেল্থ গেমছ আৰু অল...

October 27, 2024 7:28 PM

views 45

ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত  কেবিনেটৰ অনুমোদন

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান কৰা হ'ব। ৰাজ্য চৰকাৰে এই বৃদ্ধিৰ বাবে বছৰি অতিৰিক্ত ৮ কোটি ৫০ লাখ টকা ব্যয় কৰিব ।  কেবিনেটে কমনৱেল্থ গেমছ আৰু অলিম্প...

October 1, 2024 8:27 PM

views 56

ডº বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদানৰ সিদ্ধান্তত অসম কেবিনেটৰ অনুমোদন

অসম কেবিনেটে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ডº বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। সৰ্বমুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্র-ছাত্রীক এই স্কুটি প্রদান কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাৰ প্ৰস্তাৱ আজিৰ এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

September 14, 2024 7:02 PM

views 52

অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্ত গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমানলৈকে এই কেলেংকাৰী সংক...

September 14, 2024 7:00 PM

views 62

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা অনুমোদন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমোদন দিছে। সিদ্ধান্ত অনুসৰি কোকৰাঝাৰত ১০৭ কোটি টকা ব্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰে ১৯ ছেপ্তেম্বৰৰ পৰা দুখন আঁচনি আৰম্ভ কৰিব। ইয়াৰে প্ৰথমখনৰ জৰিয়তে ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত...

September 6, 2024 1:34 PM

views 63

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে মুখ্যমন্ত্রীৰ ১৫ কোটি টকা অনুমোদন

লখিমপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা বিষয়টোত উৎফুল্লিত হৈ পৰিছে গুৰুজনাৰ অনুগামী ভকত-বৈষ্ণৱসকল। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ জন্মস্থান পৰিদৰ্শন কৰি উপস্থিত ৰাইজক শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ দৰে অনিৰুদ্ধ দেৱৰ ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ডº শৰ্মাই লগতে কৈছিল যে ফেব্ৰুৱাৰী- মাৰ...

September 4, 2024 7:15 PM

views 66

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ২২ বিঘা মাটিত নিৰ্মাণ কৰি থকা এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ আন জিলালৈ যাতায়াত ব্যৱস্থাত আন এক সংযোজন ঘটিব। মুখ্যমন্ত্ৰীগৰাকীয়...

August 14, 2024 11:57 AM

views 67

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে বিধানসভাৰ অধিৱেশনত বিধেয়ক উত্থাপন কৰা হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে অসম বিধানসভাৰ অনাগত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। কালিৰ বৈঠকতে আছাম আৰবান ৱাটাৰ বডিজ প্রিজার্ভেচন এণ্ড কনজার্ভেচন বিল ২০২৪ৰ খচৰাত অনুমোদন দিয়া হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি কয় যে নগৰাঞ্চলৰ কৃত্ৰিম বান ৰোধ কৰাৰ লগতে ভূ-জল সংৰক্ষণৰ উদ্দেশ্যে এই বিধেয়কখন আনিবলৈ বিচৰা হৈছে। প্ৰাকৃতিক জলাশয়বোৰৰ উপৰি ব্যক্তিগত বা ধর্মীয় অনুষ্ঠান আদিৰ মালিকানাধীন ৬ বিঘাতকৈ...

July 31, 2024 7:22 PM

views 46

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদৰ তথা গ্ৰাম্য উন্নয়ন পৰিষদসমূহত মুঠ ৪৭৬টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দি কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পোৱা গৈছিল আৰু সেয়েহে এইবাৰ এইক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। অৰুণোদয় থ্রীত প্রায় ৪৭ লাখ হিতাধিকাৰীক সামৰি লোৱা ল'ব। তেওঁ লগতে কয় যে...