অসম কেবিনেটে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ডº বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। সৰ্বমুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্র-ছাত্রীক এই স্কুটি প্রদান কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাৰ প্ৰস্তাৱ আজিৰ এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Assamese | October 1, 2024 8:27 PM | assam cabinet
ডº বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদানৰ সিদ্ধান্তত অসম কেবিনেটৰ অনুমোদন