August 19, 2026 6:38 PM

views 19

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ৬ ৰ পৰা ৮ শতাংশ অর্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্রদেশ-জাপান বিনিয়োগ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী মূলতঃ ৪ টা স্তম্ভৰ দ্বাৰা পৰিচালিত হৈছে আৰু সেয়া হ'ল- সামাজিক, ডিজিটেল আৰু ভৌতিক আন্তঃগাথনিত বিনিয়োগ, সৰ্বাঙ্গীন বৃদ্ধি আৰু উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী মনোনিবেশ। এই সন্মিলনত ভাষণ দি ...

June 11, 2026 12:32 PM

views 22

এদিনীয়া ভ্রমণসূচীৰে অশ্বিনী বৈষ্ণৱ আজি জয়পুৰত উপস্থিত হ’ব

ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এদিনীয়া ভ্রমণসূচীৰে আজি জয়পুৰত উপস্থিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত উপস্থিত হৈ ভার্চুৱেল মাধ্যমেৰে জয়চলমেৰ জিলাৰ ৰামগড়ত এটা ২০কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্রানচমিটাৰ মুকলি কৰিব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্রাচোন যোশীও অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ মালৱিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লি মন্ত্...

January 22, 2026 10:52 AM

views 63

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ প্ৰদান কৰি ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে, দেশখনে এআই আর্কিটেকচাৰ, এপ্লিকেচন, মডেল, চিপ, ইনফ্ৰা আৰু শক্তিৰ পাঁচোটা স্তৰৰ ওপৰত কাম কৰি আছে।

October 13, 2025 8:21 PM

views 115

গুজৰাটত আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কেইবাটাও পদক্ষেপ ঘোষণা

ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। যো...

October 13, 2025 2:40 PM

views 113

আৰ পি এফত প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব: ৰে’লমন্ত্ৰী

● ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰেপৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। ন...

October 2, 2025 9:02 PM

views 60

বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

● কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এতিয়ালৈ এক লাখ ১৫ হাজাৰ ৩৫১ কোটি টকাৰ বিনিয়োগৰ আৱেদন লাভ কৰিছে। তেওঁ জনোৱামতে চৰকাৰে কেৱল ৫৯ হাজাৰ ৩৫০ কোটি টকা বিনিয়োগৰ লক্ষ্যহে গ্ৰহণ কৰিছিল। এই বিনিয়োগৰ ফলত চৰকাৰে ১০ লাখ কোটি টকাৰো অধিক উৎপাদনৰ আশা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জ...

May 1, 2025 11:21 AM

views 66

২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব। মন্ত্রীগৰাকীয়ে কয় যে এই পথটোৰ দৈর্ঘ্য ১৬৬ কিলোমিটাৰৰো অধিক হ'ব আৰু পথটোৱে ত্...

April 4, 2025 8:00 PM

views 68

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এখন সংবাদ মেলক উদ্দেশ্যি কয় যে এই প্রকল্পসমূহে মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তিশগড়ৰ ১৫খন জিলাক সামৰি ল’ব আৰু ভাৰতীয় ৰে’লৰ ১,২৪৭ কিলোমিটাৰ পৰিধিক সামৰি এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰিব। তেওঁ জনায় যে এই প্রকল্পসমূহে সম্বলপুৰ-জাৰপাড়াৰ তৃতীয় আৰু চতুর্থ লাইন, ঝাচুগুড়া- ছেচনৰ তৃতীয় আৰু চতুৰ্থ লাইন, খাৰ্ছিয়া-নয়া ৰায়পুৰ-পাৰমলকাছাৰ পঞ্চম তথা ষষ্ঠ লাইন আ...

March 19, 2025 11:36 AM

views 64

ভাৰতীয় ৰে’লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলা হ’ব : ৰে’লমন্ত্ৰী

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে'লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয়, যে ভাৰতীয় ৰেলৱেৰ অৰ্থনৈতিক স্থিতি যথেষ্ট ভাল আৰু চৰকাৰে ইয়াক অধিক উন্নত কৰাৰ বাবে কাম কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি লোকসভাত ৰে'ল মন্ত্ৰালয়ৰ কাম-কাজ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতীয় ৰে'লৱেই বিগত দহ বছৰত ৫ লাখ লোকক কর্মসংস্থাপন প্ৰদান কৰিছে আৰু এক লাখৰো অধিক চ...

February 9, 2025 8:18 PM

views 106

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত জনসাধাৰণে ষ্টেচনটোৰ জৰিয়তে কেনেধৰণেৰে উপকৃত হ'ব সেই লৈয়ো মন্তব্য কৰে। প্ৰকল্পটো পৰ্যবেক্ষণ কৰাৰ অন্তত তেওঁ কয়, যে যথেষ্ট ক্ষিপ্ৰতাৰে ষ্টেচনটোৰ কাম-কাজ আগবাঢ়িছে আৰু সময়মতে প্রকল্প সম্পূর্ণ হ'ব। গোড়খপুৰৰ ...