September 23, 2026 11:12 AM

views 8

পদক জয়ৰ লক্ষ্যৰে আজি এছিয়ান গেমছত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ’ব

 জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পদক জয়ৰ লক্ষ্যৰে নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ সুৰুচি সিং আৰু ঈষা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে, ৰয়িঙত বলৰাজ পাৱাৰে পুৰুষৰ ছিংগছৰ স্কাল্‌ছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ৬ মিন...