October 22, 2026 1:01 PM

views 6

নতুন দিল্লীত অনুষ্ঠিত দ্বিবার্ষিক সেনা কামাণ্ডাৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন

 নতুন দিল্লীত অনুষ্ঠিত দ্বিবার্ষিক সেনা কামাণ্ডাৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। সেনাৰ মুৰববী জেনেৰেল ধীৰাজ শেঠৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলন তিনিদিনীয়া কাৰ্যসূচীৰে কালি আৰম্ভ হৈছে। সেনাৰ জ্যেষ্ঠ নেতৃত্বক একত্ৰিত কৰি বিকশিত নিৰাপত্তা পৰিবেশ, কাৰ্যকৰী প্ৰস্তুতি, সামৰ্থ্য বিকাশ আৰু বাহিনীটোৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ এই সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনে ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে চলি থকা পদক্ষেপসমূহ পর্যা...

October 22, 2026 12:58 PM

views 1

June 3, 2025 9:30 PM

views 72

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকেঃ ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকে বুলি ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে পাকিস্তানৰ ছায়া যুদ্ধক কোনো কাৰণতে সহ্য কৰা নহব । সাবিত্রী বাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধ কৌশল সন্দৰ্ভত বক্তৃতা দি শ্রীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনা বাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহেলগাম সন্ত্রাসবাদী আক...

April 27, 2025 8:33 PM

views 103

সেনা বাহিনীক অত্যাধুনিক কৰাৰ বাবে চৰকাৰে বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা ভুৱা বুলি চৰকাৰৰ প্ৰকাশ

সেনা বাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ সত্যতা নিৰূপন গোটে এই বাৰ্তাটো বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে। কোনো সামৰিক অভিযানৰ সময়ত নিহত অথবা আহত হোৱা সেনাৰ পৰিয়াললৈ ততালিকে বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰে সশস্ত্র বাহিনী যুদ্ধত ক্ষতিগ্ৰস্তসকলৰ কল্যাণ পুঁজি - এ এফ বি চি ডব্লিঅ' এফ মুকলি কৰিছে। এই পুঁজিৰ জৰিয়তে যুদ্ধত হতাহত হোৱা সেনা জোৱান তথা তেওঁৰ প...

April 2, 2024 7:21 PM

views 81

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।