September 10, 2026 1:57 PM

views 35

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেৰ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকত পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্...

July 31, 2026 8:04 PM

views 49

বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ব্যক্তি, দল, সংগঠনৰ প্ৰতিক্ৰিয়াৰ মাজতে বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে। শিৱসাগৰত আজি আয়োজন কৰা এখন সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই আহ্বান জনায়।  সংগঠনটোৱে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০ হাজাৰ কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণাৰ বাবে দাবী উত্থাপন কৰে। লগতে উজনি অসমৰ পাহাৰ খনন, কয়লাখনি আৰু অবাধ ব...

July 29, 2026 9:38 PM

views 19

বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ শিক্ষাগত পুনৰুদ্ধাৰ পেকেজ ঘোষণাৰ দাবীৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবক স্মাৰক-পত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শিক্ষাগত পুনৰুদ্ধাৰ পেকেজ ঘোষণা দাবীৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।  সংগঠনটোৱে এই স্মাৰক-পত্ৰৰ জৰিয়তে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলাকেইখনৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি, ইউনিফর্ম, স্কুল বেগকে ধৰি শিক্ষা সামগ্রী, ডিজিটেল শিক্ষাৰ উপকৰণ বিনামূলীয়াকৈ যোগান ধৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়ায়...

July 6, 2026 6:25 PM

views 22

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত চাৰি-দফীয়া দাবী উত্থাপনেৰে দুখন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক-পত্ৰ অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অ...

November 6, 2025 10:49 AM

views 99

প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

● প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চ্যুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আর্থসামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে।