June 7, 2024 6:08 PM | Summit nagle

printer

চুমিত নাগলে হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ চুমিত নাগলে জার্মানীত যোৱা নিশা অনুষ্ঠিত হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। তেওঁ স্পেইনৰ প্ৰতিদ্বন্দী জেভিআৰ বেৰেংক’ অছেন’ক ৬-৪, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সুমিতে আজি সন্ধিয়া ৰাছিয়াৰ ইভানজাকভৰ সন্মুখীন হ’ব।