ভাৰতৰ আগশাৰীৰ টেনিছ খেলুৱৈ সুমিত নাগলে টেইল’ন গ্ৰীকম্পুৰৰ হাতত পৰাজিত হৈ ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। নাগল প্রথম দুটা ছেটত ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় যদিও তৃতীয় ছেটত গ্ৰীকম্পুৰক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নাগল নেডাৰলেণ্ডছৰ খেলুৱৈগৰাকীৰ হাতত ১-৬, ৩-৬, ৬-৭ ছেটত পৰাস্ত হয় ৷
Assamese | August 27, 2024 6:03 PM | Summit nagle
ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ সুমিত নাগল