ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ অধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। পিতৃৰ ইচ্ছাপত্ৰত আগা খান পঞ্চম নামেৰে চিহ্নিত ৫৩ বছৰীয়া ৰাজকুমাৰ ৰোহিম ইছমাইলীসকলৰ ৫০ সংখ্যক বংশগত ইমাম হিচাপে পৰিগণিত হয়। তেওঁৰ পিতৃ আগা খান চতুৰ্থ তথা ইছলাম ধৰ্মগুৰু ৰাজকুমাৰ কৰিম আল হুছেইনীয়ে ৮৮ বছৰ বয়সত যোৱা মঙলবাৰে পৰ্টুগালত শেষ নিশ্বাস ত্যাগ কৰে।
Assamese | February 6, 2025 11:13 AM | Prince Rahim Al-Hussaini named Aga Khan V after father’s death
ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ