প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবেই তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্রপলিটান য়’হানৰ পৰিয়াল আৰু বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে।
Assamese | May 9, 2024 5:17 PM | narendra modi | PM | PM Modi | PM Narendra Modi | PMO
বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ