ৰাজ্য চৰকাৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বোকাখাতৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কুপাইন, জিঅ’বেগ আদিৰে খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় বিষয়াক নির্দেশ দিয়ে।
Assamese | May 31, 2025 12:19 PM | pijush hazarika bokakhat
বোকাখাতৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ