আৰক্ষীয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত কালি হোৱা আক্ৰমণত ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰিছে। আক্ৰমণকাৰীসকলৰ ভিতৰত জামতোলাৰ হাৰুণ, ফাকুলিৰ হৰেশ, তামুলিটুপৰ বচীৰ, কাৱৈমাৰীৰ ৰচিদুল, গুণাবাৰীৰ আয়ুব, ৰে’ল ষ্টেচনৰ লুটকৈৰ, ৰৌমাৰীৰ খালেক, কোচগাঁৱৰ জাহাংগীৰ আছে। আৰক্ষীয়ে আইন অনুযায়ী এই অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।
Assamese | February 21, 2025 12:42 PM | mp rakibul attack police identify
কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ব্যক্তিসকলক চিনাক্ত আৰক্ষীৰ