দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুসূচীত জনজাতীয় লোকৰ অধিকাৰ আৰু সুৰক্ষা আইন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই হাজং, কোচ আৰু গাৰো জনজাতীয় লোকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ত গুৰুত্বপূর্ণ বক্তব্য আগবঢ়ায়।
Assamese | February 19, 2025 6:53 PM | Mankasar
মানকাচৰত জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত