কার্বি বাংথে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত হ’বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে ।
Assamese | February 18, 2025 1:30 PM | Karbi Festival
কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন