কামৰূপ জিলাৰ অন্তৰ্গত জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই বিজয়ী প্রার্থীসকলক এই প্ৰমাণপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা নির্বাচনী বিষয়া উপস্থিত থাকে।
Assamese | May 15, 2025 8:45 PM | kamrup zp
কামৰূপ জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক প্ৰমাণ-পত্ৰ প্ৰদান