হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত আজি আৰম্ভ হ‘ব। ২১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহণ কৰিব। দলকেইটাক চাৰিটা গোটত বিভক্ত কৰা হৈছে। লীগ পৰ্যায়ত প্ৰতিটো দলে নিজ গোটৰ সকলো দলৰ সৈতে অৱতীৰ্ণ হ‘ব।
Assamese | October 14, 2024 12:54 PM | Hockey India
আজিৰে পৰা হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা আৰম্ভ