ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ’ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে।
Assamese | May 6, 2024 1:32 PM | IMD | IMD weather | North East | Weather report
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ