♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক’লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
Assamese | April 2, 2024 1:30 PM | Congress | Congress Party | India | India Govt.
লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ