আঞ্চলিক সংবাদ

November 21, 2025 9:24 PM

views 101

দেশত ৪খন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্...

November 21, 2025 9:00 PM

views 26

বজালী জিলাৰ পাটাচাৰকুছিৰ ১৪খন বিদ্যালয়ত বিজ্ঞান-গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ কাম আৰম্ভ

বজালী জিলাৰ পাটাচাৰকুছি সমষ্টিৰ অন্তৰ্গত ১৪ খন বিদ্যালয়ৰ বাবে মুঠ ১৮ লাখ ৯৭ হাজাৰ টকাকৈ বিজ্ঞান আৰু গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ কাম আজি আৰম্ভ কৰা হয়। জিলাখনৰ এই ১৪ খন শিক্ষানুষ্ঠান হৈছে ক্ৰমে, মধ্য বজালী হাইস্কুল, পদ্মশ্রী চন্দ্রপ্রভা হাইস্কুল, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি হা...

November 21, 2025 8:55 PM

views 38

ৰাজ্যৰ আদালতসমূহৰ লোক অধিবক্তা, অতিৰিক্ত লোক-অধিবক্তা আৰু সহকাৰী লোক-অধিবক্তা পদৰ ফলাফল ঘোষণা

ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৰাজ্যৰ আদালতসমূহৰ বাবে অনুষ্ঠিত কৰা লোক অধিবক্তা, অতিৰিক্ত লোক-অধিবক্তা আৰু সহকাৰী লোক-অধিবক্তা পদৰ ফলাফলসমূহ আজি ঘোষণা কৰে। বাছনি সমিতিৰ অনুমোদনমর্মে আজি গৃহ বিভাগে ২৬ টা লোক-অধিবক্তা, ৮৭ টা লোক-অধিবক্তা আৰু ১৮১ টা সহকাৰী লোক- অধিবক্তা পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ তালিকা ...

November 21, 2025 8:50 PM

views 53

গুৱাহাটীত ২৭ নৱেম্বৰৰ পৰা উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ

২৭ নৱেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব। এই ক্রীড়া সমাৰোহত উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ প্ৰায় ৭০০ এথলিট আৰু ক্ৰীড়া কর্মকর্তাই অংশগ্রহণ কৰিব। তিনি দিনীয়াকৈ হ'বলগীয়া ক্রীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠান ২৭ নৱেম্বৰত সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া...

November 21, 2025 8:48 PM

views 60

তামুলপুৰৰ সমাজ কল্যাণ বিভাগত ৱান ষ্টপ নামৰ কাৰ্যালয় গৃহ উন্মোচন

বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য প্রকাশ বসুমতাৰীয়ে আজি তামুলপুৰৰ সমাজ কল্যাণ বিভাগত ৱান ষ্টপ নামৰ এটা কাৰ্যালয় গৃহ উন্মোচন কৰে। ইয়াৰ পাছতে শ্রীবসুমতাৰীয়ে নাগ্ৰীজুলিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয় পৰিদৰ্শন কৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ ...

November 21, 2025 8:39 PM

views 46

হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন

পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত অৱস্থিত ঐতিহ্যমণ্ডিত হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বৈঠাংলাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণে আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অন্তৰ্গত ৭ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'...

November 21, 2025 8:34 PM

views 49

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত আলোচনা

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠ...

November 21, 2025 8:31 PM

views 38

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত কাইলৈ ৬৭সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই ভায়োলিন বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক...

November 21, 2025 8:28 PM

views 48

মাজুলীত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ

অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্ত্বাৱধানত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ আজি অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই সমাৰোহত বিজ্ঞানৰ আৰ্হি, আকষ্মিক বক্তৃতা, চিত্ৰাংকণ আৰু ধাৰণা প্রতিযোগিতাত ইতিমধ্যে খণ্ড পৰ্য্যায়ত নির্বাচিত ৪০ জনৰো অধিক প্রতিয...

November 21, 2025 8:24 PM

views 39

দৰং জিলাৰ বিভিন্ন বিভাগৰ পেঞ্চনৰ কাম নিষ্পত্তি কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত সাধাৰণ সভা

দৰং জিলাৰ বিভিন্ন বিভাগৰ অৱসৰ পোৱা ব্যক্তিসকলৰ অমীমাংসিত হৈ থকা পেঞ্চনৰ কামসমূহ নিষ্পত্তি কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। ২০২৫ চনৰ অডিট সপ্তাহৰ অংশ হিচাপে বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত গুৱাহাটীৰ মহাগাণনিক কাৰ্য্যালয়ৰ উপ-গাণনিক বিষয়াৰ নেতৃত্বত সংশ্লিষ্ট বিষয়াসকল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।