আঞ্চলিক সংবাদ

November 22, 2025 7:08 PM

views 52

তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠিত

দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি পৰিবেশ নিকাকৰণ, পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি নিবেদন আদিৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বিদ্যালয়খন প্ৰতিষ্ঠাৰ ৭৫ বছৰৰ সৈতে সংগতি ৰাখি আজি ৭৫খন ...

November 22, 2025 7:07 PM

views 61

মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আজি মৰিগাওঁ শিক্ষণ মহাবিদ্যালয়ত এখন জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিবেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ড° বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয়, যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্রিম বুদ্ধিমত্তা ৰ'বটিক শিক্...

November 22, 2025 7:05 PM

views 39

হোজাইত আজি ভাৰতীয় জনতা পার্টীৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত

হোজাই বিহুতলী ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পার্টীৰ আজি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্রকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা সভাত উপস্থিত থাকে। সমাগত বিধানসভা নির্বাচনত বিজেপি দলে ১২৬ খন আসনতে প্রতিদ...

November 22, 2025 7:04 PM

views 74

অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া ...

November 22, 2025 12:55 PM

views 45

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আজি ৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ'বলগীয়া এই সম্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলা বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশ...

November 22, 2025 12:50 PM

views 53

IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ

গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হয়। চলচ্চিত্র মহোৎসৱৰ আজি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্রসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হ'ব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বি...

November 22, 2025 12:46 PM

views 49

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব : মুখ্যমন্ত্রী

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। বিশ্বৰ কেইবাখনো দেশৰ বাবে ভিছাৰ প্ৰক্ৰিয়া পৰিচালনা কৰা ভি এফ এছ গ্ল'বেল নামৰ কোম্পানীটোৱে গুৱাহাটীত ৬০ খনৰো অধিক দেশৰ বাবে ভিছা সুবিধা ক...

November 22, 2025 12:42 PM

views 56

সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰে কালি সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী কৰে। এই নতুন শ্রম সংহিতাই কেৱল আইনী পৰিৱৰ্তনে নহয়, বৰং ই দেশৰ ৪০ কোটিতকৈও অধিক শ্রমিকৰ জীৱনলৈ ঐতিহাসিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই শ্ৰমিকৰ কল্যাণৰ হকে প্ৰধ...

November 22, 2025 12:39 PM

views 36

টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক

টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক ঘটিছে। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে বর্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েছনৰ ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ আৰম্ভ হৈছে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ ...

November 21, 2025 9:27 PM

views 36

জোহানেছবাৰ্গত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য দক্ষিণ আফ্ৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ। শ্রীমোদীয়ে শীর্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্রহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কার্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।