আঞ্চলিক সংবাদ

November 25, 2025 10:20 PM

views 43

কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্ৰয়াত গোস্বামীৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিশিষ্ট সাংবাদিক ড০ সমুদ্র গুপ্ত কাশ্যপে গু...

November 25, 2025 10:16 PM

views 50

আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন...

November 25, 2025 10:09 PM

views 35

তামুলপুৰত ২০২৫-২৬ বৰ্ষৰ আৰোহণ আঁচনিৰ শুভাৰম্ভ

তামুলপুৰ জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা তামুলপুৰৰ সহযোগত আজি জিলাখনত ২০২৫-২৬ বৰ্ষৰ বাবে আৰোহণ আঁচনিৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ফলাফলৰ ভিত্তিত বাছনি কৰি নৱম শ্ৰেণীৰ ৭২গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৭২ গৰাকী বিশেষ গুৰুৰ মাজত মতবিনিময় কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয...

November 25, 2025 10:01 PM

views 31

ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ একতাৰ পদযাত্ৰাৰ সামৰণি

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ একতাৰ পদযাত্ৰাৰ আজি সামৰণি পৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু মোৰ ভাৰত শোণিতপুৰৰ যৌথ উদ্যোগত তেজপুৰত অনুষ্ঠিত একতাৰ পদযাত্ৰাত জিলা আয়ুক্ত আনন্দ কুমাৰ ...

November 25, 2025 9:58 PM

views 66

সদনত ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল

অসম চৰকাৰে ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দুখন বিধানসভাত আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰে। বিধানসভাৰ বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু শ্বেৰমান আলী আহমেদে বিধানসভাৰ উপাধ্যক্ষক বেয়া ব্যৱহাৰ কৰি বক্তব্য ৰখাৰ ...

November 25, 2025 9:56 PM

views 57

জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি সদনত প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমর্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আ...

November 25, 2025 9:54 PM

views 48

অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রীয়ে সদনক জনায় যে, অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া FAST TRACK COURT ৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। এছ আই টিয়ে বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ২৫২ জনৰ সাক্ষ্য গ্রহণ কৰাৰ লগতে ৭ জন লোকক আ...

November 25, 2025 9:52 PM

views 72

অসম বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ

কংগ্ৰেছ, এ আই ডি ইউ এফ, ৰাইজৰ দল আৰু চি পি এমে আজি সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমর্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ...

November 25, 2025 6:21 PM

views 54

দেশত কাইলৈ উদযাপন কৰা হ’ব সংবিধান দিৱস

দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হমাৰা সংবিধান-হমাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বি...

November 25, 2025 12:47 PM

views 57

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়াম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।