November 24, 2025 8:00 PM
53
কয়লা নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান ৰাজহ সংগ্ৰহ হৈছে শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম খনিজ উন্নয়ন নিগমক নির্দেশ
গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নির্দেশ দিছে। ডিমা হাচাও উমৰাংছ'ৰ অবৈধ কয়লাখনিত ৯ জন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বার্...