আঞ্চলিক সংবাদ

December 20, 2025 6:40 PM

views 28

২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান

ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্রাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্র আ...

December 20, 2025 6:30 PM

views 48

অহা ২৪ ডিচেম্বৰৰ পৰা হ’বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন

গুৱাহাটীৰ খানাপাৰাত অহা ২৪ ডিচেম্বৰৰ পৰা হ'বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আবেদনৰ ভিত্তিত ৩৫ বছৰ অনুৰ্ধৰ ৩৫ গৰাকী যুৱ লেখক-লেখিকাক বাছনিৰ ব্যৱস্থা কৰা হৈছে। আগ্রহী লেখক-লেখিকাসকলে ২৩ ডিচেম্বৰৰ পূর্বে অসম প্রকাশন পৰিষদৰ ৱে...

December 20, 2025 6:27 PM

views 30

কাইলৈ নামৰূপত প্ৰধানমন্ত্ৰীৰ নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে যাবতীয় প্রস্তুতি সম্পূৰ্ণ হৈছে। মন্ত্রী বিমল বৰাই কালি জনসভাস্থলী পৰিদৰ্শন কৰ...

December 20, 2025 6:24 PM

views 22

বৰঝাৰ বিমান বন্দৰত অসমৰ বৰ্ণাঢ্য সংস্কৃতি প্রদর্শনেৰে প্ৰধানমন্ত্ৰীক আদৰণি

বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আদৰণি জনোৱা হয়। প্রধানমন্ত্রী মোদীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁ টার্মিনেল ভৱনৰ বাহিৰত এখন জন...

December 20, 2025 6:19 PM

views 25

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন প্রধানমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কিছুসময় পূর্বে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভবন উদ্বোধন কৰে। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নির্মাণ কৰা হৈছে। প্রায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মি...

December 20, 2025 12:57 PM

views 31

সমাজবন্ধু হিচাপে পৰিচিত সুজিত সোমৰ বিগত সপ্তাহত দুটাকৈ ৰাষ্ট্রীয় সম্মান লাভ

হোজাই জিলাৰ সমাজবন্ধু হিচাপে পৰিচিত সুজিত সোমে বিগত সপ্তাহত দুটাকৈ ৰাষ্ট্রীয় সম্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ১২ ডিচেম্বৰত দিল্লীৰ ঝৰোদা পঞ্চশীল আশ্রম প্রাংগণত অখিল ভাৰতীয় দলিত সাহিত্য একাডেমীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সুজিত সোমক ড° ভীমৰাও আম্বেদক...

December 20, 2025 12:54 PM

views 34

মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতা

ঔষধ কেৱল বিজ্ঞান নহয়, ই হৈছে বিজ্ঞান আৰু কলাৰ সমাহাৰ। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত অনুষ্ঠিত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বেদিক প্রতিষ্ঠান, এইমছৰ প্ৰাক্তন অধ্যাপক তথা পদ্মাশ্রী সন্মানেৰে সন্মানিত ডাঃ ৰণদ্বীপ গুলেৰিয়াই কালি এই...

December 20, 2025 12:52 PM

views 37

ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীত থকা নিষেধাজ্ঞা প্রত্যাহাৰ

ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্রত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ নবেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা...

December 20, 2025 12:49 PM

views 30

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে আছুৰ প্ৰতিনিধি দলৰ ৰাজ্যপালক সাক্ষাৎ

সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে লোক ভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। ছাত্রসন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি ...

December 20, 2025 12:29 PM

views 42

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। কালি এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই এই বিষয়ে প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি যান- বাহনৰ বাবে বিশেষ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।