প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে যাবতীয় প্রস্তুতি সম্পূৰ্ণ হৈছে। মন্ত্রী বিমল বৰাই কালি জনসভাস্থলী পৰিদৰ্শন কৰি সকলো দিশ পর্যালোচনা কৰে।
Assamese | December 20, 2025 6:27 PM | PM Namrup
কাইলৈ নামৰূপত প্ৰধানমন্ত্ৰীৰ নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন