আঞ্চলিক সংবাদ

December 21, 2025 9:11 PM

views 35

পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং নদীৰ ওপৰত নিৰ্মিত পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা উদ্বোধন

পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং খেৰণি সংযোগী পথৰ আমৰেং নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি উদ্বোধন কৰে। প্ৰায় এঘাৰ কোটি ৭২ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে। নতুন দলংখনে জিৰিকিন্দেং অঞ্চলৰ সৈতে ব্যৱসায়, বাণিজ্য আৰু যোগাযোগ ব্যৱস...

December 21, 2025 8:08 PM

views 34

যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পূণ্য তিথি উপলক্ষে ৰাজ্য়বাসীৰ শ্রদ্ধা নিবেদন

সুবদী কণ্ঠৰ এমুঠি কালজয়ী গীতেৰে শতসহস্র শ্রোতা জনতাক মুগ্ধ কৰি যোৱা যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৫৭ চনতে আকাশবাণী গুৱাহাটী যোগে দীপালী বৰঠাকুৰৰ কণ্ঠত লীলা গগৈয়ে ৰচনা কৰা মোৰ বোপাই লাহৰি শীৰ্ষক গীতটি প্ৰচাৰ হৈছিল। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা...

December 21, 2025 7:57 PM

views 27

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীৰ কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন

বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ মচুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই দলংখনে জিলাখনৰ মাছপাৰা আৰু হেকাৰপাৰা দোৰামাৰী অঞ্চলক সংযোগ কৰিব। ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দলংখন অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। শ্রীমহিলাৰীয়ে দলঙৰ ...

December 21, 2025 7:43 PM

views 19

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত আজি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক দিয়া প্রতিশ্রুতি পুৰণ কৰি সন্তুষ্টি প্রকাশ কৰে। শ্রীদাসে স্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত ...

December 21, 2025 7:35 PM

views 64

কামপুৰ-যমুনামুখৰ ৰে’লপথত ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত বন বিভাগক মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্রতিকূল বতৰ বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে তাৎক্ষণিক ...

December 21, 2025 7:20 PM

views 36

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু ড° জ্যোতিময় জানা আৰু শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্র মজুমদাৰক মৰণোত্তৰভাৱে সাহিত্য ৰত্ন উপাধি প্ৰদান

নগাঁও ছোৱালী মহাবিদ্যালয়ত আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু ড° জ্যোতিৰ্ময় জানা আৰু শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্র মজুমদাৰক মৰণোত্তৰভাৱে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা হয় ৷ ইয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ ড° স্বাধীনতা মহন্তক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় বিশ্...

December 21, 2025 7:12 PM

views 42

বাক্সাৰ খামাৰদৈছাত মন্ত্রী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক পুঁজিৰ অধীনত নিৰ্মিত শৰীৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰে

বাক্সা জিলাৰ খামাৰদৈছাত আজি মন্ত্রী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক পুঁজিৰ পৰা প্ৰদান কৰা ১৫ লাখ টকা অনুদানেৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে। যুৱ স্পৰ্টছ ক্লাৱত নির্মিত এই শৰীৰ চৰ্চা কেন্দ্ৰটোৱে গ্ৰামাঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয়। উদ্বোধনী অনুষ্ঠানত ভালেসংখ্...

December 21, 2025 7:04 PM

views 69

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্রভাব যাতে ভাৰতত নপৰে তাৰ বাবে সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়নৰ তত্বাৱধানত দিনে-নিশাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অঞ্চলটোত বি এছ এফৰ অত...

December 21, 2025 9:13 PM

views 38

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১০৬০০ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

কৃষকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্রতিশ্রুতিবদ্ধ আৰু তেওঁলোকৰ সুবিধার্থে চৰকাৰে ভালেমান পদক্ষেপ মুকলি কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। অসমকে ধৰি উত্তৰ-পূ...

December 21, 2025 11:54 AM

views 64

গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত আলোচনা

সংসদত গৃহীত বিকশিত ভাৰত G RAM G অর্থাৎ গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অর্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড০ দেবজিত মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।