আঞ্চলিক সংবাদ

January 9, 2026 12:46 PM

views 42

গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি

কেন্দ্রীয় বস্ত্র মন্ত্রালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। বস্ত্ৰা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, দেশৰ বস্ত্ৰ খণ্ডৰ সৰ্বাত্মক আৰু নিৰন্তৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা এই কৌশলগত উদ্যম অধীনত জিলাসমূহক চেম্পিয়ন আৰু অভিলাষী...

January 9, 2026 12:45 PM

views 36

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত’ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সৱলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত' শীর্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আ...

January 9, 2026 12:24 PM

views 55

আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ'ব। উদ...

January 9, 2026 12:21 PM

views 29

গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ বিশেষ পদক্ষেপ

গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। খেলুৱৈসকলে যাতে জিলাখনকৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি ৪১ গৰাকী মহিলা ফুটবল খেলুৱৈক কালি জিলা আয়ুক্তগৰাকীয়ে বুট জোতা প্ৰদান কৰে। কল্যাণপুৰ হাইস্কুল খেলপথাৰ...

January 9, 2026 12:19 PM

views 69

ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ

ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্ত...

January 9, 2026 12:13 PM

views 32

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্রকাশ

ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহটকাৰে কালি ডিব্ৰুগড়ত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ বিভিন্ন অংশত বৃহৎ পৰিসৰত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে আৰু এয়া অতি উদ্বেগজনক বিষয়। ৰাষ্ট্ৰীয় মহিলা...

January 9, 2026 12:11 PM

views 64

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি; বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ, ভোগালী মেলাৰ আয়োজন

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্ৰস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱ...

January 9, 2026 12:28 PM

views 56

ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন অংশত ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । গ্ৰামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্রামীণ জী...

January 9, 2026 12:12 PM

views 49

এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্...

January 8, 2026 7:54 PM

views 42

যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি

চৰাইদেউ জিলাৰ পাটসাঁকোত যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি অন্তিম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁইক তেওঁৰ শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতিস্বৰূপে ২০২৬ বৰ্ষৰ স্বৰ্গদেউ ছুহুংমুং বঁটা প্ৰদান ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।