আঞ্চলিক সংবাদ

April 22, 2024 11:28 AM

views 37

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিজেপি প্রার্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব। বিপিএফৰ প্ৰাৰ্থী দু...

April 22, 2024 11:25 AM

views 38

ৰাজ্যৰ ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন ড’নাৰ মন্ত্ৰালয়ৰ

ড’নাৰ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি অর্থাৎ NESIDSৰ অধীনত এই প্রকল্পকেইটাৰ ৰূপায়ণ কৰা হ'ব। আন্তঃমন্ত্ৰ্যালয়ৰ ৪৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অধীনত ৭১ কোটি ৯৩ ...

April 22, 2024 11:23 AM

views 40

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূর্ণ নির্দেশনা দিছে। ইতিমধ্যে, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে । সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা...

April 22, 2024 11:22 AM

views 52

আগষ্ট-ছেপ্তেম্বৰত হ’ব অসম মন্ত্ৰীসভাৰ সাল-সলনি আৰু সম্প্ৰসাৰণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা

বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট-ছেপ্তেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল-সলনিকে ধৰি সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছে। কালি কাৰ্বি আংলং জিলাত নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ...

April 22, 2024 11:20 AM

views 36

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ ৯গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ। ইয়াৰ ভিতৰত দুগৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধৰ গোচৰ ৰুজু হৈ আছে। অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত এ আই ইউ ডি এফৰ দুজন, বিজেপি আৰু গণসুৰক্ষা পাৰ্টীৰ এজনকৈ প্ৰাৰ্থী আছে।

April 22, 2024 11:19 AM

views 43

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মেৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচ...

April 21, 2024 8:44 PM

views 37

কৰিমগঞ্জ, ডিমা হাচাও, বাক্সা জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

April 21, 2024 6:46 PM

views 36

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কাব্য গ্ৰন্থ...

April 21, 2024 6:42 PM

views 38

ভোটাৰৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ওদালগুৰি জিলাত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

April 21, 2024 6:22 PM

views 41

বঙাইগাঁও জিলাৰ নথিভুক্ত আৰু পঞ্জীভুক্ত সকলো মাৰণাস্ত্ৰ জমা দিবলৈ প্ৰশাসনৰ নিৰ্দেশ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।