আঞ্চলিক সংবাদ

April 23, 2024 7:31 PM

views 52

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত প্ৰতিবদেন দাখিল

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবদেন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্রতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে আয়োগৰ পৰীক্ষাত অনিয়মেৰে উত্তীৰ্ণ হৈ একাংশ বিষয়াই চাকৰি লাভ ক...

April 23, 2024 7:27 PM

views 40

দ্বিতীয় পর্যায়ৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ তৎপৰতা

দ্বিতীয় পর্যায়তো লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক ক...

April 23, 2024 6:07 PM

views 39

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমত মুঠ ৪৭গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । এই পৰ্যায়ত ৪ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। কালি ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰ...

April 23, 2024 5:54 PM

views 46

অসমত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচ...

April 23, 2024 12:20 PM

views 38

ৰাজ্যত কাইলৈ অন্ত পৰিব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, আজি নাগ্ৰীজুলিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

ৰাজ্যত ২৬ এপ্রিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং- ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্...

April 23, 2024 12:09 PM

views 43

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা, দ্বিতীয় পৰ্যায়ত ৬১গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। কালি তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্...

April 23, 2024 12:06 PM

views 46

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা লোকসভা সমষ্টিৰ সকলো বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

উজনি অসমৰ লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাছত সমষ্টিকেইটাৰ সকলো বিধায়কৰ সৈতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা...

April 23, 2024 11:51 AM

views 53

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রবল বৰষুণৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে প্রবল বৰষুণৰ আশংকা প্ৰকাশ কৰিছে। কাইলৈৰ ভিতৰত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, পশ্চিমবংগ, ছিকিম, ওড়িশা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তিশগড়, তামিলনাডু, কেৰালা, কর...

April 23, 2024 11:48 AM

views 46

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বা...

April 22, 2024 8:33 PM

views 34

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিৰ সমর্থন

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিয়ে সমর্থন আগবঢ়াইছে। আজি কোকৰাঝাৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, নিখিল ৰাভা ছাত্ৰসন্থা, সদৌ অসম ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ বিষয়- ববীয়াসকলৰ সৈতে হোৱা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।