উজনি অসমৰ লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাছত সমষ্টিকেইটাৰ সকলো বিধায়কৰ সৈতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহি নোপোৱাৰ বাবে কালি নিশা হ’বলগীয়া পর্যালোচনা বৈঠকখন বাতিল কৰা হৈছিল।
Assamese | April 23, 2024 12:06 PM | cm meeting
প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা লোকসভা সমষ্টিৰ সকলো বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক