আঞ্চলিক সংবাদ

May 6, 2024 1:16 PM

views 49

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেই নামনি অসমত সাময়িকভাৱে ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে'লপথ নিৰ্মাণ সংক্ৰান্তী...

May 6, 2024 12:24 PM

views 40

মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন

♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণ...

May 6, 2024 12:22 PM

views 35

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখ...

May 5, 2024 8:57 PM

views 47

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যখনত তৃতীয় পৰ্যায়ত পৰহিলৈ হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্ৰাৰ্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো ...

May 5, 2024 7:29 PM

views 41

মানস ৰাষ্ট্ৰীয় উদ্যানত ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্...

May 5, 2024 7:13 PM

views 29

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য...

May 5, 2024 7:06 PM

views 39

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহানগৰীৰ আ...

May 5, 2024 12:57 PM

views 54

কামৰূপ নির্বাচনী জিলাৰ ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত প্ৰশাসনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অন্তৰ্গত কামৰূপ নির্বাচনী জিলাত ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত ৯৬৫ টা ভোটগ্রহণ কেন্দ্ৰত ৮ লাখ ৩৮ হাজাৰ ৪৯৩ গৰাকীৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪ লাখ ১৮ হাজাৰৰো অধিক পুৰুষ আৰু ৪ লাখ ২০ হাজাৰৰো...

May 5, 2024 12:54 PM

views 40

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সমষ্টিসমূহৰ অধীনৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া- কৰ্মচাৰীসকল আজিৰে পৰা যোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, আটাইকেইখন জিলাতে আজি বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা...

May 5, 2024 12:50 PM

views 40

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। চাৰিওটা সমষ্টিতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। আজি বিয়লি ৫ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অহা ৭ মে'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।