আঞ্চলিক সংবাদ

June 4, 2024 4:25 PM

views 126

ৰাজ্যত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ...

June 4, 2024 12:21 PM

views 41

অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা...

June 4, 2024 11:23 AM

views 31

অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ দিলীপ ...

June 4, 2024 10:55 AM

views 35

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা...

June 3, 2024 8:08 PM

views 34

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত আজি জিলাখনৰ মৰোৱাৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যজুৰি ১ জুনৰ পৰা ৩০ জুনলৈ মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰা হৈছে। নলবাৰীৰ জিলা স্বাস্থ্য বিভাগে মেলেৰিয়াৰ লগতে ডেংগি, জাপানীজ এনকেফেলা...

June 3, 2024 8:05 PM

views 49

কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত পাঠদান আৰম্ভ

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হ'ব। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্রত্যাহাৰ কৰিছে। নির্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহ আৰম...

June 3, 2024 8:02 PM

views 40

অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান

তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান অহা ২৫ আৰু ২৬ জুনত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, সমাজ কল্যাণ বিষয়া আদিক বিভিন্ন পর্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰ...

June 3, 2024 8:00 PM

views 27

যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত

গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। পাণ্ডুৰ গ্ৰাম্য নগৰত এটি পৰিয়ালৰ ঘৰৰ গার্ডৱাল খহি পথ বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৬ জনকৈ লোকক উদ্ধাৰ কৰে। মহানহৰীৰ খাৰঘুলিটো আন এক ভূমিস্খলনৰ ঘটনা সংঘটিত দয়। ইপিনে অ...

June 3, 2024 7:58 PM

views 49

ৰৌনক আলী হাজৰিকাৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আয় বর্হিভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ এখন আবেদন আজি নাকচ কৰে। বৈধ আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই অভিযুক্ত হাজৰিকাই উচ্চ ন্যা...

June 3, 2024 7:55 PM

views 50

লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ মৃত সুনীল গগৈ নামৰ ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হৈ আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই হত্যা কৰিছিল।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।