ৰাষ্ট্ৰীয়

April 2, 2024 12:44 PM

views 98

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এ...

April 2, 2024 12:40 PM

views 92

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰ...

April 2, 2024 12:17 PM

views 90

এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ গৃহমন্ত্রী অমিত শ্বাহ

♦ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি পুৱা বেংগালুৰুত দলীয় কর্মীসকলক সাক্ষাৎ কৰিব। বিয়লি শ্রীশ্বাহে বাংগালোৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ চান্নাপাটনাত হ'বলগীয়া এটা বোড শ্বত অংশ ল'ব। Read More News :  ভাৰতীয় বতৰ বিজ্ঞান...

April 2, 2024 12:28 PM

views 81

ৰাজ্যত প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ উদ্বেগ প্রকাশ

♦ ৰাজ্যত প্ৰচণ্ড ধুমুহা, শিল বৰষুণে সংহাৰী ৰূপ লোৱাৰ পাছত এই প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। শ্ৰীশ্বাহে মোদী কা পৰি...

April 2, 2024 12:06 PM

views 74

জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্ৰহণ কৰিব

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্রার্থী বাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰ...

April 1, 2024 8:53 PM

views 64

দিল্লীৰ এখন আদালতৰ অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ

◊ দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেন-দেন সংক্রান্তীয় গোচৰত তেওঁক বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। বিধি বলৱৎকাৰী সঞ্চালকালয়...

April 1, 2024 8:40 PM

views 73

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ১০২ বছৰীয়া মিজোৰামৰ সৈনিকগৰাকীৰ কালি মৃত্যু ঘটে। তেওঁ ক'হিমা যুদ্ধত প্ৰদৰ্শন কৰা বীৰত্ব তথা জেচামিত মোতায়েন হৈ থকা কালছোৱাত প্ৰথম অসম ৰেজিমেণ্টৰ ঐতিহ্য গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা ভাৰত...

April 1, 2024 8:34 PM

views 55

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত উভয় সম্প্রদায়কে ধর্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ সুবিধা দিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত হিন্দুসকলক পূজা কৰাৰ বাবে যোৱা ৩১ জানুৱাৰীত বাৰাণসী আদালতে দিয়া ৰায় স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে ন্যায়াধীশ জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে সকলো পক্ষকে মছজিদ প্ৰাংগনত বৰ্তমানৰ ব্যৱস্থা বাহাল ...

April 1, 2024 8:28 PM

views 64

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত হৈছে। বছৰি ১১ শতাংশতকৈও অধিক বৃদ্ধি হৈ এইবেলি এই পৰিমাণ হৈছে, ১ লাখ ৭৮ হাজাৰ কোটি টকা। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ১৭.৬ শতাংশ ঘৰুৱা লেন-দেনৰ জৰিয়তে জি এছ টি সংগ্রহত উল্লেখনীয় বৃদ্ধি...

April 1, 2024 8:24 PM

views 122

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ইস্তাহাৰ সমিতিৰ বৈঠক

নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি দলটোৰ ইস্তাহাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত ২৭ জনীয়া সমিতিখনৰ আজি অনুষ্ঠিত প্রথমখন ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।