ৰাষ্ট্ৰীয়

April 9, 2024 8:09 PM

views 106

বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ’ৰা জেন্তজিছক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত বেলজিয়ামৰ বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ'ৰা জেন্তজিছক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত, বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ মাজত অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে বুলি ছোচিয়েল মিডিয়াৰ এটা বার্তাযোগে ডº জয়শংকৰে প্ৰকাশ কৰে। ড° ...

April 9, 2024 8:06 PM

views 58

কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত হোমিঅ’পেথিক সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিশ্ব হোমিঅ'পেথি দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত থকা যশোভূমি সভাগৃহত দুদিনীয়াকৈ আয়োজিত হোমিঅ'পেথিক সন্মিলন উদ্বোধন কৰিব। হোমিঅ'পেথিৰ দিশত গৱেষণাৰ উদ্দেশ্যে থকা কেন্দ্ৰীয় পৰিষদ চি চি আৰ এইচৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ অধীনত এ...

April 9, 2024 8:03 PM

views 40

বিজেপি চৰকাৰে সবকা সাথ-সবকা বিকাশৰ মন্ত্ৰ অনুসৰণ কৰি দেশৰ প্ৰতিখন চহৰ আৰু গাওঁক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ লোকসভা নিৰ্বাচন একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন ৰূপে বিবেচিত হৈছে। শ্রীমোদীয়ে আজি মধ্য প্ৰদেশৰ বালাঘাটত এখন নির্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচন অকল নির্বাচনেই নহয় বৰ...

April 9, 2024 6:26 PM

views 65

বিভৱ কুমাৰ আৰু দুৰ্গেশ পাঠকক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জেৰা

বিধি বলবৎকাৰী সঞ্চালকালয়ে আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহকাৰী বিভৱ কুমাৰ আৰু আম আদমী পাৰ্টীৰ বিধায়ক দুৰ্গেশ পাঠকক জেৰা কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। শ্ৰীপাঠকক ২০২১...

April 9, 2024 7:13 PM

views 62

ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে বুলি ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞৰ প্ৰকাশ

ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞ এঞ্জেলোছ ডেলীৱৰিয়ছে কৈছে যে, ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে আৰু ভৱিষ্যতলৈও দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চীনতকৈ অধিক হৈ থাকিব। বিদেশ নীতিৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা এঞ্জেলোছ ডেলীৱৰিয়ছ ইউৰোপৰ সংসদীয় গৱেষণা ই পি আৰ এছৰ নীতি বিশেষজ্ঞ। ই পি আৰ এছ...

April 9, 2024 6:30 PM

views 94

চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কৈছে যে, এই উৎসৱসমূহ বসন্ত ঋতু আৰু ভাৰতীয...

April 9, 2024 7:14 PM

views 69

পশ্চিমবংগত কেন্দ্রীয় সশস্ত্র অৰ্ধ-সামৰিক বাহিনীৰ শতাধিক কোম্পানী নিয়োগ কৰিবলৈ গৃহমন্ত্ৰ্যালয়ক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগত মুক্ত আৰু নিকা লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কেন্দ্রীয় সশস্ত্র অৰ্ধ-সামৰিক বাহিনীৰ শতাধিক কোম্পানী নিয়োগ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক নিৰ্দেশ দিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, আয়োগৰ নিৰ্দেশমৰ্মে গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যখনৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫৫ ...

April 9, 2024 5:59 PM

views 55

দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ১,২১০ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নির্বাচন আয়োগে কৈছে যে, দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ টা সমষ্টি সামৰি হ'বলগীয়া দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এহেজাৰ ২১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই সমষ্টিকেইটাৰ বাবে মুঠ দুহেজাৰ ৬৩৩ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত এহেজ...

April 9, 2024 5:56 PM

views 54

লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত হ’বই বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে ইয়াৰ বাবে যে, একো সাফল্য অসম্ভৱ নহয়, সেয়া দেখুৱাই দিছে। উত্তৰ প্ৰদেশৰ পিলিভিডৰ এখন নির্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত...

April 9, 2024 12:06 PM

views 65

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী টেক্সীচালক আহত

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাৰ হীৰপুৰা অঞ্চলত কালি বিয়লি সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এগৰাকী টেক্সীচালক আহত হয়। ঘটনাৰ পাছত আৰক্ষীৰ এগৰাকী মুখপাত্রই কয় যে এই ঘটনাত জড়িত সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ বাবে সুৰক্ষাবাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।