ৰাষ্ট্ৰীয়

May 21, 2024 11:31 AM

views 35

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰৰ জনসাধাৰণৰ সৈতে মতবিনিময়

আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰ অঞ্চলৰ জনসাধাৰণৰ সৈতে মতবিনিময় কৰে। ইপিনে দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেবেন্দ্ৰ যাদৱে কালি বিয়লি বাৱানা গাঁৱৰ জনসাধাৰণক সম্বোধন কৰে। এই অঞ্চলসমূ...

May 21, 2024 11:28 AM

views 33

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ২৫ হাজাৰৰো অধিক মহিলাৰ সৈতে মতবিনিময় কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত ২৫ হাজাৰৰো অধিক মহিলাৰ সৈতে মতবিনিময় কৰিব। সম্পূর্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃশক্তি সন্মিলনত শ্ৰীমোদীয়ে মহিলা চিকিৎসক, শিক্ষক, ব্যৱসায়ী, আইনবিদ আৰু খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰিব। এঘণ্টাজোৰা এ...

May 21, 2024 11:22 AM

views 50

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে পাটনাত উপস্থিত

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে কালি সন্ধিয়া পাটনাত উপস্থিত হয়। চহৰখনত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে কিছুদিন পূর্বে মৃত্যু হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পাটন...

May 21, 2024 11:21 AM

views 36

জম্মু-কাশ্মীৰৰ বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক উপ-ৰাজ্যপাল মনোজ সিনহাৰ অভিনন্দন

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বাৰামুল্লা লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰিৰ বাবে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীসিনহাই কয় যে, সমষ্টিটোত ৫৮ শতাংশতকৈ অধিক ভোটদানৰ হাৰ অতিশয় উৎসাহজনক আৰু ই গণতন্ত্ৰত জনসাধাৰণৰ আস্থাক প্ৰতিফলিত কৰে। ত...

May 21, 2024 11:17 AM

views 44

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। এই পর্যায়ত নিশা চাৰে ১০ বজা পর্যন্ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। কালি দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰ...

May 20, 2024 9:04 PM

views 35

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি, বিয়লি ৫ বজালৈ সামগ্ৰিকভাৱে ৫৬.৬৮ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ আজি সন্ধিয়া ৬ বজাত সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিয়লি ৫ বজালৈকে সামগ্রিকভাৱে ৫৬ দশমিক ৬-৮ শতাংশ ভোটদান সম্পন্ন হয়। উত্তৰ প্ৰদেশত প্ৰায় ৫...

May 20, 2024 9:03 PM

views 49

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, ৰোড শ্ব’ আদিৰে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি পশ্চিমবংগৰ ঝাৰগ্ৰ...

May 20, 2024 8:59 PM

views 33

চত্তিশগড়ত পথ দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু; ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

চত্তিশগড়ত এটা পথ দুৰ্ঘটনাত ১৪ গৰাকী মহিলাকে ধৰি ১৫ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাঁহপানী গাঁৱৰ সমীপৰ খাৱৈত বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত চিঙি নিজৰ গাঁও অ...

May 20, 2024 8:57 PM

views 46

আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক

গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক কৰিছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আটক কৰা আটাইকেইটা সন্ত্ৰাসবাদী শ্ৰীলংকাৰ বাসিন্দা হোৱাৰ লগতে ইছলামিক ষ্টেটৰ সৈতে জড়িত হৈ আছিল। সন্ত্ৰাসবাদী কেইটাই শ্ৰীলংকাৰ পৰা চেন...

May 20, 2024 8:51 PM

views 49

অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আদালতত আবেদন বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ অহা ২ জুনত উকলিব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।