ৰাষ্ট্ৰীয়

May 22, 2024 6:54 PM

views 38

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বার্তাত শ্রীমোদীয়ে সফল ষ্টার্টআপ প্ৰতিষ্ঠানৰ কেইগৰাকীমান সফল উদ্যমীৰ বিষয়ে ভিডিঅ’ প্ৰচাৰ কৰি কয় যে, কষ্ট কৰিলে সফলতাৰ শীৰ্ষত আৰোহন কৰিব পৰা যায়। শ্রীমোদীয়ে লগতে ...

May 22, 2024 6:53 PM

views 65

আম আদমী পাৰ্টী আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে বিজেপি ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ‘আপ’ৰ নেতৃত্বৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টী, আম আদমী পাৰ্টী (আপ) আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আপৰ নেতৃত্বই অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ভাষণ দি দলটোৰ জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে, দেশৰ ৰাজধানীত জলসংকট সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপিয়ে দিল্লীলৈ পানী বোৱাই অনাৰ পথ ৰোধ কৰিছ...

May 22, 2024 6:52 PM

views 52

ইজৰাইলক গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছে গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ ইজৰাইলক আহ্বান জনাইছে। যুদ্ধবিধ্বস্ত এলেকাটোত প্রায় ৭০০ গৰাকী গুৰুতৰভাৱে অসুস্থ ৰোগী আৱদ্ধ হৈ থকা বুলি প্ৰকাশ কৰি তেওঁ এইদৰে আহ্বান জনায়। জেনেভাত এখন সংবাদমেলত অংশগ্ৰহণ কৰি W...

May 22, 2024 6:51 PM

views 26

দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত ৰখাৰ স্বাৰ্থত নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ

নৌসেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে, দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অৱস্থিত নৌসেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা বিষয়াসকলক সম্বোধন কৰি এডমিৰেল ত্রিপাঠীয়ে ...

May 22, 2024 10:04 AM

views 55

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ইৰাণ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ইৰাণ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ যোৱা দেওবাৰে হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছৈয়দ ইব্রাহিম ৰাইছি, বিদেশ মন্ত্রী ড০ হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু ইৰাণৰ অন্যান্য বিষয়াসকলৰ শোকসভাৰ এটা আনুষ্ঠানিক অনুষ্ঠানত অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতি দ্রৌপদ...

May 22, 2024 10:40 AM

views 36

ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচ্যাংকত ভাৰত ৩৯ সংখ্যক স্থানলৈ উন্নীত

ভাৰত বিশ্ব অর্থনৈতিক মঞ্চৰ ২০২৪ বৰ্ষৰ ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচ্যাংকত ৩৯ সংখ্যক স্থানলৈ উন্নীত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ এই তালিকাত শীৰ্ষত আছে। দক্ষিণ এছিয়াৰ নিম্ন মধ্য আয়ৰ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰত শীৰ্ষত আছে। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষত প্ৰকাশ পোৱা এই সূচ্যাংকত ভাৰত ৫৪ সংখ্যক স্থান আছিল।

May 22, 2024 9:59 AM

views 43

ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে পোৰ্টেল মুকলি

উচ্চ শিক্ষা সচিব সঞ্জয় মূৰ্তিয়ে কালি ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে এটা পোৰ্টেল মুকলি কৰে। দেশৰ কাৰিকৰী আৰু অ-কাৰিকৰী উচ্চ শিক্ষা প্রতিষ্ঠান আৰু পলিটেকনিক প্রতিষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰা হয়। শিক্ষা মন্ত্রালয়ে কৈছে যে বাছনিপ্রাপ্ত বঁটা প্ৰাপকসকলক প্রাক্ত...

May 22, 2024 9:58 AM

views 59

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ আম আদমী পাৰ্টীৰ

বিৰোধীৰ বিৰুদ্ধে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত কালি আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আপৰ জ্যেষ্ঠ নেত্রী আতিশীয়ে কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰিৰ অভিযোগ বিজেপিৰ আম আদমী পাৰ্টী ভংগ কৰাৰ এটা ষড়যন্ত্র। দিল্...

May 22, 2024 9:52 AM

views 47

জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে : প্রধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু এয়া গণতন্ত্ৰৰ মাপকাঠি ৰূপে পৰিগণিত হৈছে। ব্যক্তিগত নিউজ চেনেলক দিয়া এটা সাক্ষাৎকাৰত শ্ৰীমোডীয়ে কয় যে কাশ্মীৰত ভোটদানৰ হাৰে বিগত ৩০-৪০ বছৰৰ অভিলেখ ভংগ কৰিছে । মুদ্রাস্ফীতি সন্দৰ্ভত মত প্রকাশ ...

May 21, 2024 8:24 PM

views 49

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰায়ছি আৰু বিদেশ মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত শোক প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে কয় যে ভাৰত –ইৰাণৰ সম্পৰ্কৰ বিকাশত প্ৰয়াত নেতা দুগৰাকীৰ ভ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।