ৰাষ্ট্ৰীয়

May 27, 2024 12:29 PM

views 47

প্রধানমন্ত্ৰীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে বুলি যোগী আদিত্যনাথৰ প্ৰকাশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰা...

May 27, 2024 12:26 PM

views 51

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বেদিক প্ৰতিষ্ঠানত আয়ুষ মন্ত্রালয়ৰ এলানি সংবেদনশীলতা কাৰ্যসূচী

আয়ুষ মন্ত্রালয়ে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বেদিক প্ৰতিষ্ঠানত আজি সাধাৰণ বীমা কোম্পানী আৰু আয়ুষ হাস্পতালৰ স্বতাধিকাৰীসকলৰ বাবে এলানি সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। মন্ত্রালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰে যে এই কাৰ্যসূচীয়ে জনসাধাৰণৰ বাবে আয়ুষ চিকিৎসা সহজলভ্য আৰু ব্যয়ৰ ক্ষেত্ৰত সমৰ্থ বৃদ্...

May 27, 2024 12:25 PM

views 39

ৰবি লামিচানেৰ তদন্তৰ দাবীৰে সংসদৰ পৰা ৰাজপথলৈ নেপালৰ কংগ্ৰেছ দলৰ এলানি প্রতিবাদী কাৰ্যসূচী

নেপালৰ কংগ্ৰেছ দলে গৃহমন্ত্ৰী ৰবি লামিচানেৰ তদন্তৰ দাবীৰে সংসদৰ পৰা ৰাজপথলৈ এলানি প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সমবায় পুঁজিৰ ধন অপব্যৱহাৰত গৃহমন্ত্ৰী লমিছানে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই সন্দৰ্ভত সংসদীয় তদন্ত সমিতি গঠনৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কাঠমাণ্ডুত শতাধিক বিৰোধীয়...

May 27, 2024 12:21 PM

views 37

ৰেমল ঘূৰ্ণীবতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণ বংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাত

বংগোপ সাগৰত নিম্ন চাপ সৃষ্টিৰ ফলত উৎপত্তি হোৱা ৰেমল ঘূর্ণীবতাহজাকে কালি নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১২ বজাৰ ভিতৰত সমুদ্র তীৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰ ঘূৰ্ণীবতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হাবিবুৰ বহমান বিশ্বাসে এই কথা প্রকাশ কৰিছে। এই ঘূর্ণীবতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উ...

May 27, 2024 12:17 PM

views 47

১ জুনত হ’বলগীয়া লোকসভাৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা ৬টা পৰ্যায়ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি বাকী থকা সপ্তম তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সপ্তম পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭খন সংসদীয় আসনৰ বাবে...

May 26, 2024 8:30 PM

views 49

সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল ৩০ জুনলৈ বৃদ্ধি

কেবিনেটৰ নিযুক্তি সমিতিয়ে সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল এমাহৰ বাবে অৰ্থাৎ‍ অহা ৩০ জুনলৈকে বৃদ্ধি কৰাৰ বাবে অনুমোদন দিছে। চলিত মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব লগা পাণ্ডেৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০২২ চনৰ ৩০ এপ্ৰিলত তেওঁক সেনা বাহিনীৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছিল। শ্ৰীপাণ্ড...

May 26, 2024 8:27 PM

views 43

দিল্লীৰ এখন শিশু চিকিৎ‍সালয়ত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে মুখ্য সচিবক উপ ৰাজ্যপাল ভি কে ছাক্সেনাৰ নিৰ্দেশ

দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ এখন শিশু চিকিৎ‍সালয়ত হোৱা শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ মুখ্য সচিবক নিৰ্দেশ দিছে। শ্ৰীছাক্সেনাই দিল্লীৰ আৰক্ষী আয়ুক্তক সকলো ধৰণৰ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে নিহত শিশুসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপ...

May 26, 2024 7:34 PM

views 51

সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত

লোকসভা নিৰ্বাচনৰ সামৰণি তথা ফলাফল ঘোষণালৈ মাত্ৰ কিছুদিন থকা অৱস্থাত সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত চলিছে। সংবাদ মাধ্যমৰ যোগে প্রকাশিত এক জাননীৰ মতে নির্বাচন আয়োগে নির্বাচিত প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰাৰ পিছতে নৱ নিৰ্বাচিত সাংসদসকল আহিবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ ভ্ৰমণৰ প...

May 26, 2024 7:28 PM

views 28

দিল্লীৰ বিবেক বিহাৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা শিশুসকলৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিল্লীৰ বিবেক বিহাৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা শিশুসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমতী মুর্মুৱে নিহত শিশুসকলৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহত শিশুসকলৰ আশু আৰোগ্য কামনা কৰে । উপ ৰাষ্ট্ৰপতি জগদ...

May 26, 2024 1:27 PM

views 58

ৰেমল নামৰ ঘূৰ্ণিবতাহজাক আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ পূৱত প্ৰচণ্ড ঘুৰ্ণিবতাহলৈ ৰূপান্তিৰত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।