ৰাষ্ট্ৰীয়

June 6, 2024 8:55 PM

views 49

নৱ-নিৰ্বাচিত নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে লোকসভা সচিবালয়ৰ বিশেষ ব্যৱস্থা গ্ৰহণ

সংসদৰ নৱ-নিৰ্বাচিত সদস্যসকল নতুন দিল্লীত উপস্থিত হ'ব ধৰিছে। লোকসভা সচিবালয়ে নতুন সদস্যসকলক আদৰণি জনোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ বাধাৰহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সময় ৰাহি কৰা আৰু কাগজ বিহীন ডিজিটীয় প্রক্রিয়া প্রয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱেৰৰ...

June 6, 2024 8:52 PM

views 51

ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্য্যালোচনা

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্য্যালোচনা চলোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ স...

June 6, 2024 8:48 PM

views 41

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। চি পি আই নেতা বিনয় বিশ্বম, চি পি আই এম নেতা এলামৰাম কৰিম আৰু কে চি এম নেতা জোছ কে মণীৰ কাৰ্য্যকাল পহিলা জুলাইত সমাপ্ত হ'ব। মহাৰাষ্ট্ৰৰ এখন ৰাজ্যসভা আসনৰ উপ-নির্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। এন চি পি নেতা প্রফুল পেটেলে প...

June 6, 2024 8:31 PM

views 43

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অর্থাৎ এন ডি এই ২৯৩ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে ...

June 6, 2024 8:29 PM

views 75

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জে পি নাড্ডাৰ বৈঠক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা-এন ডি এই চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, মনসুখ মন্দাভিয়া, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱকে ...

June 6, 2024 8:26 PM

views 59

এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব বুলি মল্লিকার্জুন খার্গেৰ প্ৰকাশ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কয় যে আই এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব। তেওঁলোকে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা বিজেপি চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাত বাধা আৰোপ কৰাৰ বাবে উচিত সময়ত যথোচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শ্ৰী খার্গেই প্রকাশ কৰে। তেওঁ কয় যে আই এন ড...

June 6, 2024 11:50 AM

views 39

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এন ডি এ মিত্রজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্রমে বাছনি

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ চৰকাৰ গঠনক লৈ তৎপৰতা বৃদ্ধি পাইছে। এন ডি এ মিত্রজোঁটে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিত্ৰজোটৰ নেতা হিচাপে সৰ্বসন্মতিক্রমে বাছনি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীৰ বাসগৃহত কালি অনুষ্ঠিত এন ডি এৰ নেতাসকলৰ বৈঠকত প্ৰধান...

June 6, 2024 11:48 AM

views 65

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ অভিনন্দন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রধানমন্ত্রী মোদী, এন ডি এ মিত্ৰজোঁট আৰু প্ৰায় ৬৫ কোটি ভোটদাতাক এই ঐতিহাসিক জয়ৰ বাবে ওলগ জনাইছে। শ্রীবাইডেন...

June 5, 2024 7:37 PM

views 53

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ সাংসদৰ বৈঠক অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ সম্ভৱনা

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্দে গোট, আৰু এন ডি এ মিত্ৰজোটৰ অন্য অংশীদাৰ দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব।

June 5, 2024 7:23 PM

views 50

সপ্তদশ লোকসভা ভংগ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে আজি সপ্তদশ লোকসভা ভংগ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক ততালিকে কাৰ্যকৰী হোৱাকৈ সপ্তদশ লোকসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।