ৰাষ্ট্ৰীয়

June 8, 2024 1:22 PM

views 62

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়া...

June 7, 2024 8:13 PM

views 61

নীট অনিয়ম সম্পৰ্কীয় অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা, নীটৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। শ্ৰী খার্গেই আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বা...

June 7, 2024 8:10 PM

views 39

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনটো আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত বুলি মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ড° বাবাচাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আ...

June 7, 2024 8:03 PM

views 47

বেংগালুৰুৰ এখন বিশেষ আদালতৰ ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ

বেংগালুৰুৰ এখন বিশেষ আদালতে আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰিছে। কৰ্ণাটকৰ পূৰ্বৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁ অনা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে। অহা ৩০ জুনত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সামাজিক ...

June 7, 2024 8:01 PM

views 37

পৰহিলৈ একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত গ্রহণ বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা প্ৰকাশ ক...

June 7, 2024 7:05 PM

views 50

এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে জনতা দল ইউনাইটেডৰ সংসদীয় বৈঠক

এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে জনতা দল ইউনাইটেডে আজি এখন সংসদীয় বৈঠকৰ আয়োজন কৰে। জনতা দল ইউনাটেডৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত সংসদীয় দলৰ এই বৈঠকত অধ্যক্ষতা কৰে । জে ডি ইউৰ লালন সিং, সঞ্জয় কুমাৰ ঝা, অজয় কুমাৰ মণ্ডল, বিজয় লক্ষ্মী কুছুৱাহা, কৌশ...

June 7, 2024 7:00 PM

views 63

চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁৰ চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল। কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত জি-১ -২০ দেশসমূহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰাৰ পিছতে তেওঁৰ এই বক্তব্য প্ৰকাশ পাইছে। এই ক্ষেত্...

June 7, 2024 6:38 PM

views 55

একেৰাহে অষ্টমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ৰেট অপৰিৱৰ্তিত

ভাৰতীয় ৰিজাৰ্ভ বেংকে দুমহীয়া মৌদ্রিক নীতি সমীক্ষা অনুসৰি পলিছি ৰেপ'ৰেট ৬.৫-০ শতাংশত অপৰিবৰ্তিত ৰাখিছে। শীৰ্ষ বেংকটোৱে একেৰাহে অষ্টমবাৰৰ বাবে ৰেপ'ৰেটৰ কোনো পৰিবৰ্তন কৰা নাই। ষ্টেণ্ডিং ডিপ'জিট ফেচিলিটি – এছ ডি এফৰ হাৰ ৬. ২-৫ শতাংশত আৰু মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি এম এছ এফৰ হাৰ তথা বেংকৰ হাৰ ৬.৭-৫ শ...

June 7, 2024 6:36 PM

views 70

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইউক্রেইন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ দেশখনৰ ৰাষ্ট্ৰপতিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুবিধা অনুসৰি সময়ত ইউক্রেইন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । দুয়োগৰাকী নেতাৰ মাজত ফোনযোগে হোৱা বাৰ্তালাপৰ সময়তে এই আমন্ত্রণ জনায। জেলেনস্কিয়ে প্রধানমন্ত্ৰী মোডীক শেহতীয়াকৈ নির্বাচনী জয়ৰ বাবে অভিনন্দন জনাই চৰকাৰখন ক্ষিপ্ৰতাৰ...

June 7, 2024 7:57 PM

views 42

মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কংগ্ৰেছৰ

কংগ্ৰেছে মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ দলৰ নেতা পৱন খেৰাই কয় যে দেশবাসীয়ে এই মহান নেতাকেই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।